"পিন" "Freeform" "ডেস্কটপ" "বাহ্যিক ডিছপ্লে’লৈ নিয়ক" "মচক" "ডেস্কটপ" "কোনো শেহতীয়া বস্তু নাই" "এপে ব্যৱহাৰ কৰা ডেটাৰ ছেটিং" "আটাইবোৰ মচক" "শেহতীয়া এপ্‌সমূহ" "%1$s, %2$s" "< ১ মিনিট" "আজি %1$s বাকী আছ" "এপ চাজেশ্বন" "আপোনাৰ প্ৰয়োজন হ\'ব পৰা এপ্" "আপোনাৰ গৃহ স্ক্ৰীনৰ একেবাৰে তলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক" "আপোনাৰ গৃহ স্ক্ৰীনৰ প্ৰিয় সমলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক" "আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ\'ব। একেবাৰে তলৰ শাৰীটোত থকা এপ্‌সমূহ ওপৰৰ আপোনাৰ গৃহ স্ক্ৰীনলৈ যাব।" "আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ’ব। প্ৰিয় সমলৰ শাৰীত থকা এপ্‌সমূহ আপোনাৰ গৃহ স্ক্রীনলৈ যাব।" "এপৰ পৰামর্শসমূহ পাওক" "নালাগে, ধন্যবাদ" "ছেটিং" "সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ ইয়াত প্ৰদর্শিত হয় আৰু ৰুটিনসমূহ ওপৰত ভিত্তি কৰি সলনি হয়" "এপৰ পৰামর্শসমূহ পাবলৈ একেবাৰে তলৰ শাৰীত থকা এপ্‌সমূহ টানি আঁতৰাওক" "খালী ঠাইত এপৰ পৰামর্শসমূহ যোগ কৰা হ\'ল" "এপৰ পৰামৰ্শসমূহ সক্ষম কৰা আছে" "এপৰ পৰামৰ্শসমূহ অক্ষম কৰা আছে" "পূৰ্বানুমান কৰা এপ্: %1$s" "আঙুলিৰ স্পৰ্শৰ নিৰ্দেশেৰে কৰা নেভিগেশ্বন সম্পৰ্কীয় টিউট’ৰিয়েল" "আপোনাৰ ডিভাইচটো ঘূৰাওক" "আঙুলিৰ স্পৰ্শৰ নিৰ্দেশেৰে কৰা নেভিগেশ্বনৰ টিউট’ৰিয়েল শেষ কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ ডিভাইচটো ঘূৰাওক" "আপুনি সোঁ অথবা বাওঁ কাষৰ একেবাৰে সীমাৰ পৰা ছোৱাইপ কৰাটো নিশ্চিত কৰক" "আপুনি স্ক্ৰীনৰ সোঁ অথবা বাওঁ কাষৰ পৰা মধ্যভাগলৈকে ছোৱাইপ কৰি এৰি দিয়াটো নিশ্চিত কৰক" "সোঁফালৰ পৰা ছোৱাইপ কৰি কেনেকৈ উভতি যাব লাগে, সেইটো আপুনি জানিলে। ইয়াৰ পাছত, এপ্‌ কেনেকৈ সলনি কৰিব সেয়া জানক।" "আপুনি উভতি যাওক নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত, এপ্‌ কেনেকৈ সলনি কৰিব সেয়া জানক।" "আপুনি উভতি যাওক নিৰ্দেশটো সম্পূৰ্ণ কৰিলে" "আপুনি স্ক্ৰীনৰ তলৰ অংশৰ বেছি ওচৰলৈ ছোৱাইপ নকৰাটো নিশ্চিত কৰক" "উভতি যোৱাৰ নির্দেশটোৰ সংবেদনশীলতা সলনি কৰিবলৈ ছেটিঙলৈ যাওক" "উভতি যাবলৈ ছোৱাইপ কৰক" "অন্তিম স্ক্ৰীনখনলৈ উভতি যাবলৈ বাওঁ অথবা সোঁ প্ৰান্তৰৰ পৰা মাজলৈ ছোৱাইপ কৰক।" "উভতি যাওক" "স্ক্ৰীনখনৰ বাওঁ অথবা সোঁ প্ৰান্তৰৰ পৰা মধ্যভাগলৈ ছোৱাইপ কৰক" "আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক" "আপুনি এৰি দিয়াৰ পূৰ্বে অলপো নোৰোৱাটো নিশ্চিত কৰক" "আপুনি পোনকৈ ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক" "আপুনি গৃহ স্ক্ৰীনলৈ যোৱাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত, কেনেকৈ উভতি যাব সেয়া জানক।" "আপুনি গৃহ স্ক্ৰীনলৈ যোৱাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে" "গৃহ স্ক্ৰীনলৈ যাবলৈ ছোৱাইপ কৰক" "আপোনাৰ স্ক্ৰীনৰ তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰক। এই নিৰ্দেশটোৱে আপোনাক সদায় গৃহ স্ক্ৰীনলৈ লৈ যায়।" "গৃহ পৃষ্ঠালৈ যাওক" "আপোনাৰ স্ক্ৰীনৰ একেবাৰে তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰক" "বঢ়িয়া!" "আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক" "এৰি দিয়াৰ পূৰ্বে ৱিণ্ডখন দীৰ্ঘ সময়ৰ বাবে ধৰি ৰাখিবলৈ চেষ্টা কৰক" "আপুনি স্ক্ৰীনৰ ওপৰলৈ পোনকৈ ছোৱাইপ কৰি তাৰ পাছত ৰোৱাটো নিশ্চিত কৰক" "আপুনি নিৰ্দেশসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া জানিলে। নিৰ্দেশসমূহ অফ কৰিবলৈ, ছেটিঙলৈ যাওক।" "আপুনি এপ্‌ সলনি কৰাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে" "এপ্‌ সলনি কৰিবলৈ ছোৱাইপ কৰক" "এপ্‌সমূহ সালসলনিকৈ ব্যৱহাৰ কৰিবলৈ আপোনাৰ স্ক্ৰীনৰ একেবাৰে তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰি ধৰি ৰাখক আৰু তাৰ পাছত এৰি দিয়ক।" "এপ্‌ সলনি কৰক" "আপোনাৰ স্ক্ৰীনৰ তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰক, ধৰি ৰাখক, তাৰ পাছত এৰি দিয়ক" "বঢ়িয়া!" "সম্পূৰ্ণ সাজু" "হ’ল" "ছেটিং" "পুনৰ চেষ্টা কৰক" "সুন্দৰ!" "টিউট’ৰিয়েল %1$d/%2$d" "সকলো সাজু!" "গৃহ স্ক্ৰীনলৈ যাবলৈ ওপৰলৈ ছোৱাইপ কৰক" "আপোনাৰ গৃহ স্ক্ৰীনলৈ যাবলৈ গৃহপৃষ্ঠা বুটামটো টিপক" "আপুনি আপোনাৰ %1$sটো ব্যৱহাৰ কৰিবলৈ সাজু" "আপুনি আপোনাৰ ডিভাইচটো ব্যৱহাৰ কৰিবলৈ সাজু" "ছিষ্টেম নেভিগেশ্বনৰ ছেটিং" "শ্বেয়াৰ কৰক" "স্ক্ৰীনশ্বট" "বিভাজন কৰক" "এপৰ পেয়াৰ ছেভ কৰক" "বিভাজিত স্ক্ৰীন ব্যৱহাৰ কৰিবলৈ অন্য এটা এপত টিপক" "বিভাজিত স্ক্ৰীন ব্যৱহাৰ কৰিবলৈ অন্য এটা এপ্ বাছনি কৰক" "বাতিল কৰক" "বিভাজিত স্ক্ৰীনৰ বাছনিৰ পৰা বাহিৰ হওক" "বিভাজিত স্ক্ৰীন ব্যৱহাৰ কৰিবলৈ অন্য এটা এপ্ বাছক" "এপ্‌টোৱে অথবা আপোনাৰ প্ৰতিষ্ঠানে এই কাৰ্যটোৰ অনুমতি নিদিয়ে" "বৰ্তমান ৱিজেট সমৰ্থিত নহয়, অনুগ্ৰহ কৰি আন এটা এপ্‌ বাছনি কৰক" "স্ক্ৰীনখন ঘূৰাওক" "স্ক্ৰীনখনৰ একেবাৰে তলৰ পৰা টাস্কবাৰ কেনেকৈ দেখা পোৱা যায় আৰু ব্যৱহাৰ হৈ নথকা অৱস্থাত কেনেকৈ স্বয়ংক্ৰিয়ভাৱে লুকাই থাকে সেয়া দেখুওৱা এনিমেশ্বন" "স্ক্ৰীনখনৰ একেবাৰে তলত টাস্কবাৰডাল স্থায়ীভাৱে দৃশ্যমান হৈ থাকিবৰ বাবে এটা ট’গল ব্যৱহাৰ কৰি আপোনাৰ টাস্কবাৰ কেনেকৈ পিন কৰিব সেয়া দেখুওৱা এনিমেশ্বন" "এটা খুলি থোৱা এপৰ ওপৰত টাস্কবাৰৰ পৰা এটা এপ্‌ টানি আনি এৰি দি এখন বিভাজিত স্ক্ৰীন কেনেকৈ সৃষ্টি কৰিব পাৰি সেয়া দেখুওৱা এনিমেশ্বন" "আপোনাৰ ডিভাইচত পৰামৰ্শিত এপ্‌ কেনেকৈ এক্সেছ কৰিব পাৰি সেয়া দেখুওৱা এনিমেশ্বন" "কাৰ্য কী স্পৰ্শ কৰি আৰু ধৰি ৰাখি আৰু কোনো এটা বস্তু থকা ঠাইখিনি বাছনি কৰি স্ক্ৰীনত বস্তুটো কেনেকৈ সন্ধান কৰিব পাৰি সেয়া দেখুওৱা এনিমেশ্বন" "টাস্কবাৰৰ শিক্ষা" "এবাৰতে ২ টা এপ্‌ ব্যৱহাৰ কৰিবলৈ কোনো এপ্‌ কাষলৈ টানি আনি এৰক" "টাস্কবাৰ দেখুৱাবলৈ লাহেকৈ ওপৰলৈ ছোৱাইপ কৰক" "আপোনাৰ ৰুটিনৰ ওপৰত আধাৰিত এপৰ পৰামৰ্শ পাওক" "টাস্কবাৰ পিন কৰিবলৈ বিভাজকত দীঘলীয়া সময় টিপি থাকক" "টাস্কবাৰৰ জৰিয়তে অধিক কাৰ্য সম্পাদন কৰক" "টাস্কবাৰডাল সদায় দেখুৱাওক" "আপোনাৰ স্ক্ৰীনৰ তলত সদায় টাস্কবাৰডাল দেখুৱাবলৈ বিভাজকডাল স্পৰ্শ কৰি ধৰি ৰাখক" "আপোনাৰ স্ক্ৰীনখনত থকা সমল সন্ধান কৰিবলৈ কাৰ্য কীটো স্পৰ্শ কৰি ধৰি ৰাখক" "এই প্ৰ’ডাক্টটোৱে সন্ধান কৰিবলৈ আপোনাৰ স্ক্ৰীনখনৰ বাছনি কৰা অংশ ব্যৱহাৰ কৰে। Googleৰ <a href="%1$s">গোপনীয়তাৰ নীতি</a> আৰু <a href="%2$s">সেৱাৰ চৰ্তাৱলী</a> প্ৰযোজ্য।" "বন্ধ কৰক" "হ’ল" "গৃহপৃষ্ঠা" "সাধ্য সুবিধা" "উভতি যাওক" "IME ছুইচ্চাৰ" "শেহতীয়া" "জাননী" "ক্ষিপ্ৰ ছেটিং" "টাস্কবাৰ" "টাস্কবাৰ দেখুওৱা হৈছে" "টাস্কবাৰ আৰু বাবল বাওঁফালে দেখুওৱা হৈছে" "টাস্কবাৰ আৰু বাবল সোঁফালে দেখুওৱা হৈছে" "নেভিগেশ্বনৰ দণ্ড" "টাস্কবাৰ সদায় দেখুৱাওক" "নেভিগেশ্বন ম’ড সলনি কৰক" "টাস্কবাৰ বিভাজক" "ওপৰৰ বাঁওফাললৈ নিয়ক" "তলৰ সোঁফাললৈ নিয়ক" "বাবল হিচাপে এপ্‌টো খোলক" "শেহতীয়া এপ্‌সমূহ" "শেহতীয়া এপৰ সূচী" "{count,plural, =1{অধিক এপ্‌}one{অধিক এপ্‌}other{অধিক এপ্‌}}" "ডেস্কটপ" "%1$s আৰু %2$s" "%1$s, %3$dটাৰ ভিতৰত %2$dতম বস্তু" "বাওঁফাললৈ স্ক্ৰ’ল কৰক" "সোঁফাললৈ স্ক্ৰ’ল কৰক" "বাবল" "অ’ভাৰফ্ল’" "%2$sৰ পৰা %1$s" "%1$s আৰু %2$d টা" "বাওঁফাললৈ নিয়ক" "সোঁফাললৈ নিয়ক" "সকলো অগ্ৰাহ্য কৰক" "%1$s বিস্তাৰ কৰক" "%1$s সংকোচন কৰক" "সন্ধান কৰিবৰ বাবে বৃত্ত" "এপৰ আইকন" "এপৰ শিৰোনাম" "বন্ধ কৰা বুটাম" "টাস্কবাৰত পিন কৰক" "টাস্কবাৰৰ পৰা আনপিন কৰক" "লৰচৰ কৰক" "বন্ধ কৰক" "প্ৰতিচ্ছবি লৰচৰ কৰক"