"পিন" "Freeform" "কোনো শেহতীয়া বস্তু নাই" "এপে ব্যৱহাৰ কৰা ডেটাৰ ছেটিং" "আটাইবোৰ মচক" "শেহতীয়া এপসমূহ" "%1$s, %2$s" "< ১ মিনিট" "আজি %1$s বাকী আছ" "এপ চাজেশ্বন" "আপোনাৰ প্ৰয়োজন হ\'ব পৰা এপ্" "আপোনাৰ গৃহ স্ক্ৰীনৰ একেবাৰে তলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক" "আপোনাৰ গৃহ স্ক্ৰীনৰ প্ৰিয় সমলৰ শাৰীটোত এপৰ পৰামর্শসমূহ পাওক" "আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ\'ব। একেবাৰে তলৰ শাৰীটোত থকা এপ্‌সমূহ ওপৰৰ আপোনাৰ গৃহ স্ক্ৰীনলৈ যাব।" "আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ’ব। প্ৰিয় সমলৰ শাৰীত থকা এপ্‌সমূহ আপোনাৰ গৃহ স্ক্রীনলৈ যাব।" "আপোনাৰ সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ গৃহ স্ক্ৰীনতে সহজে এক্সেছ কৰক। আপোনাৰ ৰুটিনসমূহৰ ভিত্তিত পৰামর্শসমূহ সলনি হ\'ব। একেবাৰে তলৰ শাৰীটোত থকা এপ্‌সমূহ এটা নতুন ফ\'ল্ডাৰলৈ যাব।" "এপৰ পৰামর্শসমূহ পাওক" "নালাগে, ধন্যবাদ" "ছেটিং" "সকলোতকৈ বেছিকৈ ব্যৱহৃত এপ্‌সমূহ ইয়াত প্ৰদর্শিত হয় আৰু ৰুটিনসমূহ ওপৰত ভিত্তি কৰি সলনি হয়" "এপৰ পৰামর্শসমূহ পাবলৈ একেবাৰে তলৰ শাৰীত থকা এপ্‌সমূহ টানি আঁতৰাওক" "খালী ঠাইত এপৰ পৰামর্শসমূহ যোগ কৰা হ\'ল" "এপৰ পৰামৰ্শসমূহ সক্ষম কৰা আছে" "এপৰ পৰামৰ্শসমূহ অক্ষম কৰা আছে" "পূৰ্বানুমান কৰা এপ্: %1$s" "আপুনি বাওঁ প্ৰান্তৰৰ একেবাৰে সীমাৰ পৰা ছোৱাইপ কৰাটো নিশ্চিত কৰক।" "আপুনি স্ক্ৰীনৰ বাওঁ প্ৰান্তৰৰ পৰা সোঁ প্ৰান্তৰৰ ফালে মধ্যভাগলৈকে ছোৱাইপ কৰি এৰি দিয়াটো নিশ্চিত কৰক।" "ইমানেই! এতিয়া বাওঁ প্ৰান্তৰৰ পৰা ছোৱাইপ কৰি চাওক।" "আপুনি সোঁ প্ৰান্তৰৰ একেবাৰে সীমাৰ পৰা ছোৱাইপ কৰাটো নিশ্চিত কৰক।" "আপুনি স্ক্ৰীনৰ সোঁ প্ৰান্তৰৰ পৰা মধ্যভাগলৈকে ছোৱাইপ কৰি এৰি দিয়াটো নিশ্চিত কৰক।" "আপুনি উভতি যাওক নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত, গৃহ স্ক্ৰীনলৈ কেনেকৈ যাব সেয়া জানক।" "আপুনি স্ক্ৰীনৰ তলৰ অংশৰ বেছি ওচৰলৈ ছোৱাইপ নকৰাটো নিশ্চিত কৰক।" "উভতি যোৱাৰ নির্দেশটোৰ সংবেদনশীলতা সলনি কৰিবলৈ ছেটিঙলৈ যাওক" "উভতি যাবলৈ ছোৱাইপ কৰক" "অন্তিম স্ক্ৰীনখনলৈ উভতি যাবলৈ বাওঁ অথবা সোঁ প্ৰান্তৰৰ পৰা মাজলৈ ছোৱাইপ কৰক।" "আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।" "আপুনি এৰি দিয়াৰ পূৰ্বে অলপো নোৰোৱাটো নিশ্চিত কৰক।" "আপুনি পোনকৈ ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।" "আপুনি গৃহ স্ক্ৰীনলৈ যোৱাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছত, এপ্‌ কেনেকৈ সলনি কৰিব সেয়া জানক।" "গৃহ স্ক্ৰীনলৈ যাবলৈ ছোৱাইপ কৰক" "আপোনাৰ স্ক্ৰীনৰ তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰক। এই নিৰ্দেশটোৱে আপোনাক সদায় গৃহ স্ক্ৰীনলৈ লৈ যায়।" "আপুনি স্ক্ৰীনৰ তলৰ প্ৰান্তৰ পৰা ওপৰলৈ ছোৱাইপ কৰাটো নিশ্চিত কৰক।" "এৰি দিয়াৰ পূৰ্বে ৱিণ্ডখন দীৰ্ঘ সময়ৰ বাবে ধৰি ৰাখিবলৈ চেষ্টা কৰক।" "আপুনি স্ক্ৰীনৰ ওপৰলৈ পোনকৈ ছোৱাইপ কৰি তাৰ পাছত ৰোৱাটো নিশ্চিত কৰক।" "আপুনি এপ্‌ সলনি কৰাৰ নিৰ্দেশটো সম্পূৰ্ণ কৰিলে। আপুনি নিজৰ ফ’নটো ব্যৱহাৰ কৰিবলৈ সাজু!" "এপ্‌ সলনি কৰিবলৈ ছোৱাইপ কৰক" "আপোনাৰ স্ক্ৰীনৰ একেবাৰে তলৰ অংশৰ পৰা ওপৰলৈ ছোৱাইপ কৰি ধৰি ৰাখক আৰু তাৰ পাছত এৰি দিয়ক।" "সম্পূৰ্ণ সাজু" "পৰৱৰ্তী" "হ’ল" "ছেটিং" "পুনৰ চেষ্টা কৰক" "সুন্দৰ!" "টিউট’ৰিয়েল %1$d/%2$d" "শ্বেয়াৰ কৰক" "স্ক্ৰীনশ্বট" "বিভাজন কৰক" "বিভাজিত স্ক্ৰীন ব্যৱহাৰ কৰিবলৈ অন্য এটা এপত টিপক" "এপ্‌টোৱে বিভাজিত স্ক্ৰীন সমৰ্থন নকৰে।" "এপ্‌টোৱে অথবা আপোনাৰ প্ৰতিষ্ঠানে এই কাৰ্যটোৰ অনুমতি নিদিয়ে" "নেভিগেশ্বনৰ টিউট’ৰিয়েল এৰিব বিচাৰে নেকি?" "আপুনি এয়া পাছত %1$s এপ্‌টোত বিচাৰিব পাৰিব" "বাতিল কৰক" "এৰি যাওক" "স্ক্ৰীনখন ঘূৰাওক" "টাস্কবাৰৰ শিক্ষাৰ পেনেলটো প্ৰদর্শিত হৈছে" "টাস্কবাৰৰ শিক্ষাৰ পেনেলটো বন্ধ হৈছে" "এপ্‌ সলনি কৰিবলৈ টাস্কবাৰডাল ব্যৱহাৰ কৰক" "এবাৰতে দুটা এপ্‌ ব্যৱহাৰ কৰিবলৈ কাষলৈ টানি আনি এৰক" "টাস্কবাৰডাল লুকুৱাবলৈ স্পৰ্শ কৰি ধৰি ৰাখক" "পৰৱৰ্তী" "উভতি যাওক" "বন্ধ কৰক" "হ’ল"